Skip to main content

Posts

Showing posts from June, 2022

A usual story

Standing on the tiny balcony of the 20th floor I can smell softeners of a running washing machine Tentalising sizzlers roasted with hot fish sauce Burnt petrol and diesel oil roughing on the road Dcent of lemongrass sprinkled on papaya salad I can see lights bedazzling the skyscrappers Traffic creating rows of fairy lights Flocks of birds queuing up for an early return home Umbrellas popping some corners of dusky streets I can hear the clinking beer mugs of old friends Metrolines rampwalking and criscrossing patiently Car wheels twinning the hassled noise Thunders shining and rhyming every now and then Whispering winds swirling and twirling enough To make me sense the presence of a familiar sight As the city wakes up to yet another rain-soaked night ****

अरमान और फिर...

वो जिसे ढूंढ रही है उम्र भर वो मिल जाए फिर क्या उन सांसों में उलझ कर सुलझ जाए फिर क्या जो आंखें तलाश रही है वो मंज़िल मिले फिर क्या तेरी याद में ज़ारज़ार रो कर तु मिल जाए फिर क्या सूनी राहों में सब कुछ खो कर तेरी बाहें मिल जाए फिर क्या बंदिशें हज़ार तोड़ कर तेरा आसमान मिल जाए फिर क्या मैं और तुम के दरमियान हम बन जाए फिर क्या फिर क्या... ****

মৃতকৰ নামত দুশাৰী

ক'ৰপৰা আৰম্ভ কৰোঁ, কি বুলি কওঁ বাৰু, কেনেকৈ? তোমাক কেতিয়াৰপৰা চিনি পাওঁ সেয়া ক'ম নে? তোমাৰ চকুৱে যে শীতত জুই জ্বলাইছিল, সেয়া? পথাৰৰপৰা আকাশলৈ সপোনৰ বোকা খচকিছিলা যে, কাণৰ ঠুৰীয়াৰ আঁৰত সাধুৰ ভঁড়াল চপাইছিলা আৰু গৰমৰ বন্ধৰ জোনাক নিশাত সেইবোৰৰ কঠিয়া পাৰিছিলা যে, ডালিমগুটীয়া দাঁতৰ হাঁহিটো কেনেকৈ পাহৰিম, মাঘৰ ভোজত সাঁজ খাই মতলীয়া হৈ কেইপাক যে নাচিলা, সেই বিহুৰ বিহুৱা চিঞৰবোৰ কেনেকৈ পাহৰি যাওঁ? বিদেশী মাটিত ভৰি থৈ সুদূৰলৈ হাত মেলা বন্ধুৰ কথা? তুমিয়েই মোৰ বিপদৰ সঁচা বন্ধু বুলি অকপটে স্বীকাৰ কৰা কথা? কভিডৰ কোলাত ঢলি পৰা বন্ধুকেইজনৰ কথা? প্ৰাণ খুলি হঁহা ছোৱালীজনীৰ কঁকাল পাৰ হৈ বৈ যোৱা চুলিকোঁচাত যে মৰিশালিৰ গোন্ধ লগা সোঁৱৰণীবোৰ? স্মৃতি হয় জানো এইবোৰ? নে নিজকে দিয়া ভুৱা আশ্বাস? ঘৰলৈ আহি ঘৰ বুলি ভবা চুটি চাপৰ মানুহজন আহিবনে আকৌ? শ্বিলঙৰ দুবৰিত মেঘ বুটলি ফুৰা সেই দীঘল চুলিৰ বন্ধুৰ নিভাজ হাঁহিটো, মোক পোৱালী বুলি ধেমালিতে মাতি আকৌ চুলি টানিব কোনে? তুমি নাহা আৰু, তোমালোকৰ কোনোৱে উভতি নাহা, সেইবুলি তুমি অহালৈ বাট চাবলৈ এৰি দিব পাৰিনে? দুশাৰী বুলি ক'লেই ক'বলৈ, লিখিবলৈ ইমান ...

Ode to You and...

It has been a shy morning with the sun tiptoeing clouds, Shops are blinking clumsily to the lazy sunrays splashing, Yet another dawn to your remembrance if not memories of yore... My yesterdays were so full of surprises, bags of it Your laugh riots, silent nods, sleepless nights, constant disputes, War of words on things under the rainbow sky and beyond, Those sudden signoffs on endless accounts of love and what not, Your arguing that love cannot be love itself, or what? My counterclaims of giving wings to unadulterated thoughts And calling it by all possible names but love... Guess what, none of us had ever won the battle and none wanted so As if we craved for an unending trouble to each other with so much earnestness, A troubled spring of muted and unscripted dialogues never thought of spilling But always with the habit of hearing it and all aloud... There was an invisible thread entwining that spark, that radiance The spark that pops out every now and then through these clumsy morni...

শিকলি

এই যে নেদেখা শিকলিবোৰ, আমাক বান্ধি থওঁ আমি চোৰাত পাতৰ দৰে খজুৱায় বিবেকৰ কেঁচা চালত অথচ আমি সপোন বুলি ভাবি শুই থাকোঁ আমাৰ দিনবোৰ ৰাতিৰ পৰা পৃথক কৰে অনবৰতে এটা চিঞৰে কাণ তাল মাৰি থাকে আৰু আমি মৌনতাৰ ব্ৰতত ম্ৰিয়মান যেন চকুৰ চামনিত এলান্ধুৰ জালৰ ব্যস্ততা কোনেও কাকো নেদেখে, কোনেও কাকো নিচিনে সকলো যেন এটা সত্যৰ চৰম অসত্য, আৰু অসত্যৰ পৰম সত্য আমাক কোনে জানো ক'লে শিকলিবোৰৰ কথা কাৰোবাৰ কথাৰ জালত ভুল গৈ নতুন জালত সোমাইছোঁ বান্ধ খাবলৈ যেন সকলোৰে হেতা ওপৰা লাগিছে জীৱনৰ মোহ, সপোনৰ মোহ, আৰু কিবাকিবি মোহ শিকলিবোৰ টান হৈ আহিছে, টানি আনিছে মগজুৰ শিপা শিৰাৰ উপনামবোৰে নতুন চিনাকি যাচিছে নিজকে চৰাই হ'বলৈ আৰু মন নাই, পাখিবোৰত মামৰে ধৰিছে চাৰিওফালে কেৱল শিকলি, যেন গভীৰৰ শিপা হে আকাশলৈ চাবলৈ আমি পাহৰি গৈছোঁ, চোলাবোৰ মলিয়ন নতুনবোৰো পুৰণিৰে অৱশেষ মাথোন আৰু কিমান দ' বা শিকলিৰ গুৰিবোৰ নে নেদেখা জালৰ ৰৌ বাহু, পুঠি খলিহনা এই সকলোবোৰ এটা বৃহৎ মিছাৰ অংশ যদি? শিকলিৰ সংজ্ঞ্যা বিভ্ৰমৰ ভ্ৰম যদি?