Skip to main content

Posts

Showing posts from August, 2019

(5) হেৰোৱা সাঁথৰৰ সন্ধানত

জোনৰ একেবাৰে সময় নাই, semester শেষ হ ’ বলৈ মাথো দুটা সপ্তাহ বাকী। এতিয়া final presentation ৰ preparation ত তাইৰ গোটেই class বোৰ ব্যস্ত। দিনে ৰাতিয়ে তাইৰ WhatsApp busy. Student ৰ ধেৰ প্ৰশ্ন – content কেনেকৈ লিখিব, PPT slide ৰ লগতে video present কৰিব নে vlog ত হে add কৰিব, ইত্যাদি। জোনে আচলতে উত্তৰ দি ভালহে পাইছিল। ফাৰহানে আটাইতকৈ বেছি প্ৰশ্ন কৰিছিল। তাইৰ অত্যন্ত বাধ্য ছাত্ৰ Mechanical Engineering ৰ। Yemen ৰ পৰা। Lecture শেষ হোৱাৰ পিছত ফাৰহানৰ প্ৰশ্ন আৰম্ভ হয়। এনেকোৱা student ক পঢ়াবলৈ জোন সদায়েই সাজো। Environmental Engineering ৰ Kai ও এনেকোৱাই। তাই ইয়াৰেই এজনী Chinese ছোৱালী। গল্প লিখি ভালপায়। Digital storytelling ৰ project টো সেইকাৰণে তাই খুব ভাল পাইছে। “Dr Jane, let’s write a long story!” তাই জোনক প্ৰায়েই কয়। আৰু বহুত কিবাকিবি কথা তাইৰ – ইয়াৰ Chinese বোৰৰ history , তাইৰ উপন্যাস লিখাৰ বহু পুৰণি হাবিয়াস, Kuala Lumpur ৰ high school, campus ৰ hostel life আৰু বহুত কিবাকিবি। বহুতবাৰ জোনে তাইৰ লগত বাহিৰত dinner কৰিও আহিছে। বিৰাট lively আৰু positive ছোৱালী। Kai আৰু ফাৰহানৰ নিচিনা st...